গণিতত মাত্ৰ ৫৭ শতাংশ নম্বৰ পায়ো ৰামানুজন জিনিয়াছ কিয়?

“মহান ভাৰতীয় গণিতজ্ঞ শ্ৰীনিৱাস ৰামানুজনে এফ. এ. পৰীক্ষাৰ গণিত বিষয়ত মাত্ৰ ৫৭ শতাংশহে নম্বৰ পাইছিল । তথাপি ৰামানুজন গণিতত জিনিয়াছ কিয়? এইটো কেনেকৈ সম্ভৱ হ’ল?” –কোৰা (Quora) নামৰ অতি জনপ্ৰিয় প্ৰশ্নোত্তৰৰ ৱেবছাইটটোত সোধা এই প্ৰশ্নটোৰ বালাজী বিস্তাৰিত পঢ়ক

Advertisements

‘শেতা নীল বিন্দু’ – কাৰ্ল চাগানৰ দৃষ্টিৰে আমাৰ পৃথিৱীখন

সাম্প্ৰতিক সময়লৈ মানৱ ইতিহাসত সবাতোকৈ দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰা মহাকাশযানখন হৈছে ভয়েজাৰ-১ । যোৱা ৩৮ বছৰতকৈও বেছি সময়ধৰি গতি কৰি থকা নাছাৰ মহাকাশযান ভয়েজাৰ-১য়ে কাহানিবাই সৌৰজগতৰ বাহিৰ ওলাই ইতিমধ্যে বহিৰ্মহাকাশৰ (Interstellar Space) অতল শূন্যত সোমাইছে বিস্তাৰিত পঢ়ক

নিজকে কেতিয়াও অখ্যাত বুলি নাভাবিবা

[“স্কেলাৰ নিউক্লিয়নৰ নিজস্ব শক্তি”- শীৰ্ষক বিষয়ত গৱেষণা কৰি পি এইচ. ডি. (Ph.D.) লাভ কৰাৰ ন বছৰ পাছত ১৯৬৬ চনত পদাৰ্থবিজ্ঞানী কইচি মান’ৱে ৰিচাৰ্ড ফাইনমেনলৈ অভিনন্দন জ্ঞাপন কৰি এখন চিঠি লিখিছিল ।
বিস্তাৰিত পঢ়ক