সম্ভাৱনা তত্ত্ব বিজড়িত দুটা প্ৰখ্যাত সমস্যা-২

মন্টি হলৰ নিচিনাকৈয়ে এইটোও সম্ভাৱিতা তত্ত্বৰ লগত জড়িত অন্য এটা প্ৰশ্ন। এইবাৰ আপুনি পোনে পোনে সঠিক উত্তৰটো নিদিলেও হ’ব; কিন্তু একে উশাহে উত্তৰটো জনাৰ পূৰ্বে আপোনাৰ মতে উত্তৰটো কিমান হ’ব লাগে, সেইটো ভাবি চোৱাৰ সুযোগ ল’ব পাৰিব।

বিস্তাৰিত পঢ়ক

সম্ভাৱনা তত্ত্ব বিজড়িত দুটা প্ৰখ্যাত সমস্যা-১

ধৰি লওঁক, আপুনি এখন খেলত অংশ লৈছে। খেলখনত আপুনি এখন গাড়ী লাভ কৰাৰ সুৱৰ্ণ সুযোগ পাইছে। খেলখন আৰম্ভ হোৱাৰ পূৰ্বে আপুনি আয়োজক মন্টিৰ সৈতে তিনিখন দুৱাৰৰ সন্মুখত থিয় হৈ আছে। এই তিনিখন দুৱাৰৰ বিস্তাৰিত পঢ়ক

কাৰেণ য়ুলেনবেক : এবেল বঁটাৰ ইতিহাসত প্ৰথমগৰাকী মহিলা

“I am aware of the fact that I am a role model for young women in mathematics, and that’s partly what I’m here for. It’s hard to be a role model, however, because what you really need to do is show students how imperfect people can be and still succeed.” – Karen Keskulla Uhlenbeck

বিস্তাৰিত পঢ়ক

মেৰিনা ভিয়াজভস্কা আৰু উচ্চতৰ মাত্ৰাত কমলাৰ সাজোন

ফল-মূলৰ দোকানলৈ গ’লেই আমি বৰ পৰিপাটি সাজোন এটাত কমলা, মৌচুমী টেঙা আদি সজাই থোৱা দেখিবলৈ পাওঁ । সাধাৰণতে এইধৰণৰ ফলবোৰ তলৰ ফালে কিছু বেছি পৰিমাণে ৰাখি ক্ৰমান্বয়ে ওপৰলৈ কমাই অনা এটা পিৰামিডীয় সাজোনত ৰখা হয় । আমি সকলোৱে দেখা এই সাজোনটোৰে ফলবোৰ ৰাখি থোৱাৰ কাৰণটোনো কি বাৰু? বিস্তাৰিত পঢ়ক

ড° জ্যোতি প্ৰসাদ মেধি : এগৰাকী মহান অসমীয়া গণিতজ্ঞ আৰু মোৰ অনুভৱ

গণিত-বিজ্ঞানৰ ক্ষেত্ৰখনত মৌলিক অৱদান আগবঢ়োৱা বা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত খ্যাতি লাভ কৰা অসমীয়া ব্যক্তিৰ তালিকাখন তেনেই তাকৰ । সেইবাবে অসমৰ পৰা ওলাই অহা কোনো ব্যক্তিয়ে বিজ্ঞান ক্ষেত্ৰত নিজৰ প্ৰতিভা আৰু মেধাৰ বলত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত খ্যাতি লাভ কৰাৰ সংবাদ ওলালে সদায়েই দৃষ্টি আকৰ্ষণ কৰে । তেওঁলোকৰ সাফল্যই অসমৰ বিস্তাৰিত পঢ়ক