২০১৯ চনৰ ১০ এপ্ৰিল। সমগ্ৰ বিজ্ঞান সমাজৰ বাবে এটা ঐতিহাসিক দিন। প্ৰায় এসপ্তাহমান পূৰ্বেই ঘোষণা কৰা হৈছিল যে সেইদিনা কৃষ্ণগহ্বৰৰ প্ৰথমখন প্ৰকৃত চিত্ৰ ৰাজহুৱা কৰা হ’ব। সেই কৃষ্ণগহ্বৰ, যাৰ অস্তিত্বসম্পৰ্কে প্ৰথম বিস্তাৰিত পঢ়ক

২০১৯ চনৰ ১০ এপ্ৰিল। সমগ্ৰ বিজ্ঞান সমাজৰ বাবে এটা ঐতিহাসিক দিন। প্ৰায় এসপ্তাহমান পূৰ্বেই ঘোষণা কৰা হৈছিল যে সেইদিনা কৃষ্ণগহ্বৰৰ প্ৰথমখন প্ৰকৃত চিত্ৰ ৰাজহুৱা কৰা হ’ব। সেই কৃষ্ণগহ্বৰ, যাৰ অস্তিত্বসম্পৰ্কে প্ৰথম বিস্তাৰিত পঢ়ক
২০১৩ চনৰ প্ৰথমভাগৰ কথা। গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজিত ৰাজ্যিক পৰ্য্যায়ৰ কেমিষ্ট্ৰি অলিম্পিয়াডৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত আছিলোঁ। মুখ্য বক্তাজন আছিল কলকাতাস্থিত “ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান” চমুকৈ আইজাৰৰ অধ্যাপক। বিস্তাৰিত পঢ়ক
বহুসময়ত মানৱ ইতিহাসৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞানী বুলি অভিহিত এলবাৰ্ট আইনষ্টাইনৰ পিছৰ সময়ছোৱাত সবাতোকৈ জনাজাত, সৰ্বসাধাৰণ মানুহৰ মুখে মুখে চলি অহা বিজ্ঞানী এজনৰ নাম সুধিলে কাৰ কথা মনলৈ আহিব বাৰু? আইনষ্টাইনৰ বিখ্যাত আপেক্ষিকতাবাদ তত্ত্ব আৰু ভৰ-শক্তিৰ সমন্বয় সূত্ৰ, এই তত্ত্বই দিয়া অগতানুগতিক ফলাফলসমূহ অথবা তেওঁৰ জীৱনক লৈ প্ৰচাৰিত ভালেমান খুহুতীয়া বিস্তাৰিত পঢ়ক
সাম্প্ৰতিক সময়লৈ মানৱ ইতিহাসত সবাতোকৈ দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰা মহাকাশযানখন হৈছে ভয়েজাৰ-১ । যোৱা ৩৮ বছৰতকৈও বেছি সময়ধৰি গতি কৰি থকা নাছাৰ মহাকাশযান ভয়েজাৰ-১য়ে কাহানিবাই সৌৰজগতৰ বাহিৰ ওলাই ইতিমধ্যে আন্তঃনাক্ষত্ৰিক মহাকাশৰ (Interstellar Space) অতল শূন্যত সোমাইছে বিস্তাৰিত পঢ়ক
এইচ. জি. ৱেলছে তেওঁৰ “ৱাৰ অৱ দা ৱৰ্ল্ডছ” গ্ৰন্থখনত মংগল গ্ৰহৰ পৰা অহা এক অচিন প্ৰাণীয়ে পৃথিৱীৰ বুকুত চলোৱা ধ্বংসলীলাৰ ৰোমাঞ্চকৰ বৰ্ণনা দিছিল । লেখকৰ কাল্পনিক সৃষ্টি সেই প্ৰাণীবিধে মাত্ৰ দুই-চাৰিদিনৰ ভিতৰতে লণ্ডন মহানগৰী আৰু কাষৰীয়া অঞ্চলবোৰ ছাৰখাৰ কৰি মৰিশালিত পৰিণত কৰিছিল । শেষত যেনিবা এবিধ অণুজীৱৰ প্ৰকোপত সেই অচিন প্ৰাণীবিধ পৃথিৱীপৃষ্ঠত বেছিদিন টিকি থাকিব নোৱাৰিলে ।