এই পৃষ্ঠাটোত মোৰ ভাল লগা কেইখনমান কিতাপৰ তালিকা এখন গোটাই থ’লোঁ । সময়ে সময়ে পৃষ্ঠাটোত নতুন কিতাপ অন্তৰ্ভুক্ত কৰি আপডেট দি থকা হ’ব ।
১) আৰ্নল্ড বেনেটৰ এজ্ এ’ মেন থিংকেথ্
২) জৰ্জ অৰৱেলৰ এনিমেল ফাৰ্ম
৩) আৰভিং ষ্ট’নৰ লাষ্ট ফৰ লাইফ
৪) মিটছ্ এল্বমৰ টিউজডে’জ ৱিথ ম’ৰি
৫) আলবেয়াৰ ক্যে’মুৰ দ্য আউডছাইডাৰ
৬) ৰিচাৰ্ড ফাইনমেনৰ চিয়’ৰ্লি ইউ আৰ জ’কিং মিষ্টাৰ ফাইনমেন (সংকলক- ৰাল্ফ্ লেইটন)
৮) ড° ভৱেন্দ্ৰনাথ শইকীয়াৰ শিশু সাহিত্য সমগ্ৰ
৯) জৰ্জ গেম’ৰ ৱান টু থ্ৰি… ইনফিনিটি
১০) বুকাৰ টি ৱাশ্বিংটনৰ আপ ফ্ৰম শ্লেভাৰি
১১) মেৰি শ্বেলিৰ ফ্ৰেংকেনষ্টাইন
১২) মাৰ্ক মেনছনৰ দ্য চাবটল আৰ্ট অৱ নট গিভিং এ’ ফাক্
১৩) ড° ৰুবুল মাউতৰ মোৰো এটা সপোন আছে