গণিত-বিজ্ঞানৰ পাঠ্যক্ৰমত ইতিহাস শিক্ষাৰ প্ৰয়োজনীয়তা

২০১৩ চনৰ প্ৰথমভাগৰ কথা। গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজিত ৰাজ্যিক পৰ্য্যায়ৰ কেমিষ্ট্ৰি অলিম্পিয়াডৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত আছিলোঁ। মুখ্য বক্তাজন আছিল কলকাতাস্থিত “ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান” চমুকৈ আইজাৰৰ অধ্যাপক। Read More

গছ ৰোৱক, উৎপাদনশীলতা বঢ়াওক

দিনটোৰ অধিকাংশ সময় আপুনি স্মাৰ্টফোনটো খুছৰি থাকিয়েই পাৰ কৰে নেকি? ছ’চিয়েল মিডিয়াত চিনা-নিচিনা মানুহৰ কাণ্ড-কাৰখানা চাই থাকিয়েই অযথা সময়বোৰ নষ্ট হয় নেকি? পঢ়া-শুনা কৰিবৰ সময়তো পাঁচ-দহ মিনিটৰ মূৰে মূৰে স্মাৰ্টফোনটো খুলি নাচালে আপুনি শান্তিত থাকিব নোৱাৰে নেকি? Read More

বন্ধু বিচাৰ

ইনষ্টাগ্ৰামত সদ্য আপলোডিত নতুন পষ্টকেইটা দৰ্শন কৰি, ফেচবুক-হোৱাট্ছ্ এপলৈ অহা নটিফিকেশ্বনকেইটা চাফ-চিকুণ কৰি ডাটাটো অফ কৰি থৈ এইবেলাটোৰ বাবে আজৰি হ’ম বুলি ভাবিছিলোঁহে মাত্ৰ; এনেতে বিপ্ বিপ্ শব্দেৰে Read More

গণিতত মাত্ৰ ৫৭ শতাংশ নম্বৰ পায়ো ৰামানুজন জিনিয়াছ কিয়?

“মহান ভাৰতীয় গণিতজ্ঞ শ্ৰীনিৱাস ৰামানুজনে এফ. এ. পৰীক্ষাৰ গণিত বিষয়ত মাত্ৰ ৫৭ শতাংশহে নম্বৰ পাইছিল । তথাপি ৰামানুজন গণিতত জিনিয়াছ কিয়? এইটো কেনেকৈ সম্ভৱ হ’ল?” –কোৰা (Quora) নামৰ অতি জনপ্ৰিয় প্ৰশ্নোত্তৰৰ ৱেবছাইটটোত সোধা এই প্ৰশ্নটোৰ বালাজী Read More

বোধপ্ৰাপ্তি

“পাই গ’লোঁ, পাই গ’লোঁ”- ৰাজেশে একে উশাহে কথাষাৰ কৈ জাপ মাৰি উঠিল ।

“আৰে, কিনো পালি তই?”- বিনামেঘে বজ্ৰপাত হোৱা যেন দেখি তাৰ লগৰ বিকাশে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ।

Read More

মেৰিনা ভিয়াজভস্কা আৰু উচ্চতৰ মাত্ৰাত কমলাৰ সাজোন

ফল-মূলৰ দোকানলৈ গ’লেই আমি বৰ পৰিপাটি সাজোন এটাত কমলা, মৌচুমী টেঙা আদি সজাই থোৱা দেখিবলৈ পাওঁ । সাধাৰণতে এইধৰণৰ ফলবোৰ তলৰ ফালে কিছু বেছি পৰিমাণে ৰাখি ক্ৰমান্বয়ে ওপৰলৈ কমাই অনা এটা পিৰামিডীয় সাজোনত ৰখা হয় । আমি সকলোৱে দেখা এই সাজোনটোৰে ফলবোৰ ৰাখি থোৱাৰ কাৰণটোনো কি বাৰু? Read More

ড° জ্যোতি প্ৰসাদ মেধি : এগৰাকী মহান অসমীয়া গণিতজ্ঞ আৰু মোৰ অনুভৱ

গণিত-বিজ্ঞানৰ ক্ষেত্ৰখনত মৌলিক অৱদান আগবঢ়োৱা বা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত খ্যাতি লাভ কৰা অসমীয়া ব্যক্তিৰ তালিকাখন তেনেই তাকৰ । সেইবাবে অসমৰ পৰা ওলাই অহা কোনো ব্যক্তিয়ে বিজ্ঞান ক্ষেত্ৰত নিজৰ প্ৰতিভা আৰু মেধাৰ বলত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত খ্যাতি লাভ কৰাৰ সংবাদ ওলালে সদায়েই দৃষ্টি আকৰ্ষণ কৰে । তেওঁলোকৰ সাফল্যই অসমৰ Read More

মোৰ দিবলে একোৱেই নাই

(১)

আজি এবছৰৰো বেছি সময় হ’ল !
বছৰ পুৰণা মেছেজৰ টুকুৰা পঢ়ি চাইছোঁ ।
আকৌ এবাৰ
পুৰণা বিষ এটাই উক দিলে! Read More

জুবিনদাৰ মিছন চাইনা : উৎকন্ঠা আৰু অনুভৱৰ খতিয়ান

কোনোকালে নোহোৱা ধৰণে এখন অসমীয়া চলচ্চিত্ৰই ব্যাপক চৰ্চা লাভ কৰিব, অসমৰ ইমূৰৰ পৰা সিমূৰৰ মানুহে হিলদল ভাঙি (দৌৰি দৌৰি) অসমীয়া চিনেমা চাম বুলি হললৈ ওলাই আহিব, অসমীয়া চিনেমাৰ বিধ্বংসী তাণ্ডৱত হিন্দী চিনেমাও হলৰ পৰা আঁতৰাব লগা হ’ব…  এনে এটা সম্ভাৱনা আপোনালোকে এবছৰ পূৰ্বলৈ দেখা পাইছিলনে? মোৰ বাবে কিন্তু এয়া কল্পনাৰো

Rate this:

Read More...

ইথাৰ আৰু সৃজনীশীলতা

(১)

দুহাজাৰ বছৰৰো বেছি আগৰপৰাই কিছুসংখ্যক গ্ৰীক পণ্ডিতে বিশ্বাস কৰিছিল যে আমি শূন্য বুলি কোৱা বা ভবা মহাকাশৰ গোটেই অঞ্চল আচলতে এক অদৃশ্য মাধ্যমে আগুৰি আছে । এই কাল্পনিক মাধ্যমটোক তেওঁলোকে ‘ইথাৰ’ নাম দিছিল । কেইবাশতিকাও বাগৰিল, কিন্তু কোনোৱে ইথাৰৰ অস্তিত্বক যুক্তিসহকাৰে প্ৰমাণ কৰিব নোৱাৰিলে অথবা মহাকাশ সম্পূৰ্ণ শূন্য বুলিও দেখুৱাব নোৱাৰিলে । পিছলৈ Read More