ড° জ্যোতি প্ৰসাদ মেধি : এগৰাকী মহান অসমীয়া গণিতজ্ঞ আৰু মোৰ অনুভৱ

গণিত-বিজ্ঞানৰ ক্ষেত্ৰখনত মৌলিক অৱদান আগবঢ়োৱা বা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত খ্যাতি লাভ কৰা অসমীয়া ব্যক্তিৰ তালিকাখন তেনেই তাকৰ । সেইবাবে অসমৰ পৰা ওলাই অহা কোনো ব্যক্তিয়ে বিজ্ঞান ক্ষেত্ৰত নিজৰ প্ৰতিভা আৰু মেধাৰ বলত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত খ্যাতি লাভ কৰাৰ সংবাদ ওলালে সদায়েই দৃষ্টি আকৰ্ষণ কৰে । তেওঁলোকৰ সাফল্যই অসমৰ Read More

জুবিনদাৰ মিছন চাইনা : উৎকন্ঠা আৰু অনুভৱৰ খতিয়ান

কোনোকালে নোহোৱা ধৰণে এখন অসমীয়া চলচ্চিত্ৰই ব্যাপক চৰ্চা লাভ কৰিব, অসমৰ ইমূৰৰ পৰা সিমূৰৰ মানুহে হিলদল ভাঙি (দৌৰি দৌৰি) অসমীয়া চিনেমা চাম বুলি হললৈ ওলাই আহিব, অসমীয়া চিনেমাৰ বিধ্বংসী তাণ্ডৱত হিন্দী চিনেমাও হলৰ পৰা আঁতৰাব লগা হ’ব…  এনে এটা সম্ভাৱনা আপোনালোকে এবছৰ পূৰ্বলৈ দেখা পাইছিলনে? মোৰ বাবে কিন্তু এয়া কল্পনাৰো

Rate this:

Read More...

অনা-অসমীয়াৰ দৃষ্টিত অসমীয়াৰ ভাল দিশ

“An ant can’t define shape of an elephant solely from its’ point of view. They have to unify all views. ” – Toba Beta

অসমত থাকি আমি অসমীয়াসকলে সাধাৰণতে আমাৰ জাতিটোৰ বিভিন্ন সমস্যা, বিভিন্ন নেতিবাচক দিশ সম্পৰ্কেহে বেছি চিন্তা-চৰ্চা কৰোঁ । তাতে এতিয়া বিশ্বায়নৰ যুগত নিজৰটোক অৱজ্ঞা কৰি আনৰ সংস্কৃতি, ৰীতি-নীতিবোৰ হকে-বিহকে অনুকৰণ কৰা মানুহো যথেষ্ট ওলাইছে । আনৰ পৰা ভালখিনি আমি শিকিব Read More

সাহিত্যৰথী

সংকটাপন্ন আছিল অসমীয়া জাতি
বিদেশৰ গ্ৰাসত,
নাছিল যোগ্য উত্তৰাধিকাৰী
শংকৰ-মাধৱৰ পাছত । Read More