বোধপ্ৰাপ্তি

“পাই গ’লোঁ, পাই গ’লোঁ”- ৰাজেশে একে উশাহে কথাষাৰ কৈ জাপ মাৰি উঠিল ।

“আৰে, কিনো পালি তই?”- বিনামেঘে বজ্ৰপাত হোৱা যেন দেখি তাৰ লগৰ বিকাশে লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ।

বিস্তাৰিত পঢ়ক

মেৰিনা ভিয়াজভস্কা আৰু উচ্চতৰ মাত্ৰাত কমলাৰ সাজোন

ফল-মূলৰ দোকানলৈ গ’লেই আমি বৰ পৰিপাটি সাজোন এটাত কমলা, মৌচুমী টেঙা আদি সজাই থোৱা দেখিবলৈ পাওঁ । সাধাৰণতে এইধৰণৰ ফলবোৰ তলৰ ফালে কিছু বেছি পৰিমাণে ৰাখি ক্ৰমান্বয়ে ওপৰলৈ কমাই অনা এটা পিৰামিডীয় সাজোনত ৰখা হয় । আমি সকলোৱে দেখা এই সাজোনটোৰে ফলবোৰ ৰাখি থোৱাৰ কাৰণটোনো কি বাৰু? বিস্তাৰিত পঢ়ক