‘শেঁতা নীল বিন্দু’ – কাৰ্ল চাগানৰ দৃষ্টিৰে আমাৰ পৃথিৱীখন

সাম্প্ৰতিক সময়লৈ মানৱ ইতিহাসত সবাতোকৈ দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰা মহাকাশযানখন হৈছে ভয়েজাৰ-১ । যোৱা ৩৮ বছৰতকৈও বেছি সময়ধৰি গতি কৰি থকা নাছাৰ মহাকাশযান ভয়েজাৰ-১য়ে কাহানিবাই সৌৰজগতৰ বাহিৰ ওলাই ইতিমধ্যে আন্তঃনাক্ষত্ৰিক মহাকাশৰ (Interstellar Space) অতল শূন্যত সোমাইছে বিস্তাৰিত পঢ়ক