সম্ভাৱনা তত্ত্ব বিজড়িত দুটা প্ৰখ্যাত সমস্যা-২

মন্টি হলৰ নিচিনাকৈয়ে এইটোও সম্ভাৱিতা তত্ত্বৰ লগত জড়িত অন্য এটা প্ৰশ্ন। এইবাৰ আপুনি পোনে পোনে সঠিক উত্তৰটো নিদিলেও হ’ব; কিন্তু একে উশাহে উত্তৰটো জনাৰ পূৰ্বে আপোনাৰ মতে উত্তৰটো কিমান হ’ব লাগে, সেইটো ভাবি চোৱাৰ সুযোগ ল’ব পাৰিব। বিস্তাৰিত পঢ়ক