গণিতত মাত্ৰ ৫৭ শতাংশ নম্বৰ পায়ো ৰামানুজন জিনিয়াছ কিয়?

“মহান ভাৰতীয় গণিতজ্ঞ শ্ৰীনিৱাস ৰামানুজনে এফ. এ. পৰীক্ষাৰ গণিত বিষয়ত মাত্ৰ ৫৭ শতাংশহে নম্বৰ পাইছিল । তথাপি ৰামানুজন গণিতত জিনিয়াছ কিয়? এইটো কেনেকৈ সম্ভৱ হ’ল?” –কোৰা (Quora) নামৰ অতি জনপ্ৰিয় প্ৰশ্নোত্তৰৰ ৱেবছাইটটোত সোধা এই প্ৰশ্নটোৰ বালাজী বিস্তাৰিত পঢ়ক

Advertisements

ইথাৰ আৰু সৃজনীশীলতা

(১)

দুহাজাৰ বছৰৰো বেছি আগৰপৰাই কিছুসংখ্যক গ্ৰীক পণ্ডিতে বিশ্বাস কৰিছিল যে আমি শূন্য বুলি কোৱা বা ভবা মহাকাশৰ গোটেই অঞ্চল আচলতে এক অদৃশ্য মাধ্যমে আগুৰি আছে । এই কাল্পনিক মাধ্যমটোক তেওঁলোকে ‘ইথাৰ’ নাম দিছিল । কেইবাশতিকাও বাগৰিল, কিন্তু কোনোৱে ইথাৰৰ অস্তিত্বক যুক্তিসহকাৰে প্ৰমাণ কৰিব নোৱাৰিলে অথবা মহাকাশ সম্পূৰ্ণ শূন্য বুলিও দেখুৱাব নোৱাৰিলে । পিছলৈ বিস্তাৰিত পঢ়ক