ষ্টিফেন উইলিয়াম হকিং : এক নিষ্প্ৰাণ দেহৰ জ্যোতিৰ্ময় সত্তা

বহুসময়ত মানৱ ইতিহাসৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞানী বুলি অভিহিত এলবাৰ্ট আইনষ্টাইনৰ পিছৰ সময়ছোৱাত সবাতোকৈ জনাজাত, সৰ্বসাধাৰণ মানুহৰ মুখে মুখে চলি অহা বিজ্ঞানী এজনৰ নাম সুধিলে কাৰ কথা মনলৈ আহিব বাৰু? আইনষ্টাইনৰ বিখ্যাত আপেক্ষিকতাবাদ তত্ত্ব আৰু ভৰ-শক্তিৰ সমন্বয় সূত্ৰ, এই তত্ত্বই দিয়া অগতানুগতিক ফলাফলসমূহ অথবা তেওঁৰ জীৱনক লৈ প্ৰচাৰিত ভালেমান খুহুতীয়া Read More

হৃদয়ৰ আহ্বান

কিছুদিন আগতে ষ্টিভ জবছৰ “How to live, before you die” শীৰ্ষক বক্তৃতাটো চোৱাৰ সৌভাগ্য হ’ল । ‘টেড’ৰ (TED) ৱেবচাইটত বক্তৃতাটো এই শিৰোনামাৰে অন্তৰ্ভুক্ত আছে যদিও ই প্ৰধানকৈ বক্তৃতাটোৰ শেষৰফালে ষ্টিভে কোৱা “Stay hungry, stay foolish” কথাষাৰেৰেহে অধিক প্ৰখ্যাত ।

Read More