ইথাৰ আৰু সৃজনীশীলতা

(১)

দুহাজাৰ বছৰৰো বেছি আগৰপৰাই কিছুসংখ্যক গ্ৰীক পণ্ডিতে বিশ্বাস কৰিছিল যে আমি শূন্য বুলি কোৱা বা ভবা মহাকাশৰ গোটেই অঞ্চল আচলতে এক অদৃশ্য মাধ্যমে আগুৰি আছে । এই কাল্পনিক মাধ্যমটোক তেওঁলোকে ‘ইথাৰ’ নাম দিছিল । কেইবাশতিকাও বাগৰিল, কিন্তু কোনোৱে ইথাৰৰ অস্তিত্বক যুক্তিসহকাৰে প্ৰমাণ কৰিব নোৱাৰিলে অথবা মহাকাশ সম্পূৰ্ণ শূন্য বুলিও দেখুৱাব নোৱাৰিলে । পিছলৈ বিস্তাৰিত পঢ়ক

জাবৰৰ দমত সোণ

দ্বাদশ শ্ৰেণীৰ ইংৰাজীৰ পাঠ্যপুথিখনত “Lost Spring” নামৰ এটা প্ৰৱন্ধ পঢ়িবলৈ পাইছোঁ । তাত লেখিকা আনিছ জাঙে ভয়াৱহ দাৰিদ্ৰিক অৱস্থাৰ মাজেৰে জীৱন অতিবাহিত কৰা দুজনমান কিশোৰৰ কথা বৰ্ণনা কৰিছে । তাত উল্লেখ থকাৰ দৰেই বহুতো দৰিদ্ৰ পৰিয়ালৰ শিশুৱে প্ৰতিদিনে ৰাতিপুৱা পেলনীয়া জাবৰৰ দম বা ডাষ্টবিনত খাদ্যবস্তু অথবা অইন মূল্যবান বস্তু সন্ধান কৰে । এনেকুৱা সন্ধানত মাজে-সময়ে বিস্তাৰিত পঢ়ক